Assamese synonyms for Dummies
Assamese synonyms for Dummies
Blog Article
অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷
অচলা, অজিতবল্লভা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, ক্ষীৰাব্ধিজা, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, পদ্মাসনা, ৰমা, লখিমী, লক্ষ্মী শতদলবাসিনী, শ্ৰী, সনাতনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া৷
অতুল, অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷
অতল, অব্ধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অৰ্ণৱ, ইৰাৱত, ইৰাৱান, উদধি, ঊৰ্মিমালী, কুস্তুভ, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলনিধি, জলাধিপ, জলাৰণ্য, জলেন্দ্র, জলেশ, জলেশ্বৰ, তোয়ধি, তোয়নিধি, দ্বীপী৷ ধৰণীপল্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পয়োধি, পয়োনিধি, পাৰাবাৰ, প্ৰচেতা, বাৰিধি, বাৰিধৰ, বাৰিনিধি, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰালয়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নাকৰ৷
The translated sentences you will see in Glosbe originate from parallel corpora (significant databases with translated texts). Translation memory is like acquiring the aid of 1000s of translators obtainable within a fraction of a 2nd.
জ্ঞানী, প্ৰজ্ঞাৱান, জ্ঞানৱন্ত, বিদ্যাধৰ, মেধাৱী, সাৰস্বত
অকুপ্য, অগ্নিবীজ, অগ্নিভ, অগ্নিৰেতঃ, কনক, কলধূত, কাঞ্চন, কৰ্বুৰ, চামীকৰ৷ দ্ৰৱিণ, নিষ্ক, পিঞ্জন, পুৰট, মহাধাতু, সুৱৰ্ণ, সোণ, সোণা, স্বৰ্ণ, হাটক, হিৰণ, হিৰণ্য, হেম, ৰুক্ন৷
পাৰ্থ, ধনঞ্জয়, কৃষ্ণসাৰথি, জিষ্ণু, সব্যসাচী, কপিধ্বজ, বীভৎসু
আধুনিক, নতুন, ন, নব্য, অভিনৱ, সাম্প্ৰতিক
ডাঙৰ, জগদ্দল, প্ৰকাণ্ড, বিয়াগোম, বিশাল, বিৰাট, বিৰাটাকাৰ, বৃহদাকাৰ, বৃহদায়তন, বৃহৎ, বৰ, ভীমকায়, মস্ত, সুবিশাল, সুবৃহৎ৷
The term Assamese is surely an English formation created on a similar basic principle as Japanese or Vietnamese more info and many others. It relies to the English phrase Assam by which the tract consisting of your Brahmaputra Valley and its adjoining spots are identified. The individuals call their condition Ôxôm and their language Ôxômiya.
অচল, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷
অপাত্ৰ, অযোগ্য, আলাবাদু, এলাবাদু, এলাইবাদু৷
অহি, আশীবিষ, উৰংগ, উৰংগম, উৰগ, কঞ্চুকী, কাকোদৰ, কাদ্ৰৱেয়, কুণ্ডলী, কুম্ভীলস চক্রী, দৃক্শ্ৰুতি, দ্বিজিহ্ব, দ্বিসন, নাগ, পন্নগ, পৱনাশ, পৱনাশন, ফণধৰ, ফণভৃৎ, ফণাকাৰ, ফণাভৃৎ, বিলেশয়, বিশলয়, বিষধৰ, ব্যাল, ভুজংগ, ভুজংগম, ভুজগ, ভেকভুক, সাপ, সৰ্প৷
Report this page